Monthly Archives: February 2019

চাহ শ্ৰমিকৰ মুক্তি কেতিয়া?

বিষাক্ত চুলাই মদ খাই যোৰহাট আৰু গোলাঘাট জিলাৰ শতাধিক চাহ শ্ৰমিকৰ মৃত্যু ঘটাৰ শোকাৱহ ঘটনা তথা তৎজনিত দৃশ্যপটে পুনৰবাৰ চাহ শ্ৰমিকসকলৰ জীৱনৰ অবৰ্ণনীয় দুৰৱস্থাকে উদঙাই দেখুৱালে। এই ঘটনাৰ তাৎক্ষণিক দিশটো হ’ল বিষাক্ত চুলাই মদৰ প্ৰসংগটো। চৰকাৰ তথা চাহ বাগান কৰ্তৃপক্ষৰ

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

বৰগোহাঞিৰ বিষয়ে দুষাৰমান

বহুতে লিখি আছে যে হোমেন বৰগোহাঞি ৰাজনৈতিকভাৱে সুবিধাবাদী হয়, কিন্তু সাহিত্যিক হিচাপে মহান আৰু নমস্য। কিন্তু মই ক’ব খোজো যে সাহিত্যিক হিচাপেও তেওঁৰ ৰচনাৰাজি কম সমস্যাজনক নহয়। আৰু এই কথাটো বুজি নোপোৱাটোৱেই আমাৰ সবাতোকৈ ডাঙৰ সমস্যা। সাম্প্ৰতিক অসমত বৰগোহাঞি নিশ্চিতভাৱে

Rate this:

Tagged with: , ,
Posted in সানমিহলি

শ্ৰীমন্ত শংকৰদেৱ সংঘৰপৰা শিকিবলগীয়া

শ্ৰীমন্ত শংকৰদেৱ সংঘ সম্পৰ্কে মোৰ বিশদ জ্ঞান নাই, ইয়াৰ পুঁজি আহৰণ সম্পৰ্কেও সম্পূৰ্ণকৈ নাজানো৷ কিন্তু সংঘৰ দেখি থকা কাম-কাজৰপৰা ধাৰণা কৰো যে ই দাঙি ধৰা অৰ্থনৈতিক আৰু সাংগঠনিক মডেলটো বৰ সুন্দৰ আৰু শিক্ষাপ্ৰদ৷ তেনে পৰ্যায়ৰ অৰ্থনৈতিক আৰু সাংগঠনিক চমৎকাৰ আন

Rate this:

Tagged with:
Posted in সানমিহলি