Monthly Archives: January 2016

আম্বেদকাৰৰ প্ৰাসংগিকতা : দুই-এটা দিশ

হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অলপতে ঘটা দলিত স্কলাৰ ৰোহিত ভেমুলাৰ আত্মহত্যাৰ ঘটনাই ইতিমধ্যে দেশজুৰি প্ৰতিবাদৰ জোৱাৰ তুলিছে। হিন্দুত্ববাদী শাসনাসীন চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ঘটা এই ঘটনাক আমি নিঃসন্দেহে প্ৰাতিষ্ঠানিক হত্যা আখ্যা দিব পাৰো। সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ এয়া এক কেন্দ্ৰীয়

Rate this:

Tagged with: , , , , , , , ,
Posted in প্ৰবন্ধ

বৰ্ণবাদ আৰু পুৰুষতন্ত্ৰ : এটি সংক্ষিপ্ত টোকা

১৯৯০ চনত পিছপৰা শ্ৰেণীসমূহৰ বাবে সংৰক্ষণৰ পোষকতা কৰা মণ্ডল আয়োগৰ পৰামৰ্শাৱলী চৰকাৰে কাৰ্যকৰী কৰিব খোজাৰ বিৰুদ্ধে বিশেষকৈ উত্তৰ ভাৰতত ব্যাপক ছাত্ৰ আন্দোলনে দেখা দিছিল। এই আন্দোলনে ৰাজপথৰ ধৰ্নাৰপৰা আত্মজাহলৈকে বিভিন্ন ৰূপ পৰিগ্ৰহ কৰিছিল। এই আন্দোলনৰ মাজতে এটা আচহুৱা দৃশ্য দেখিবলৈ

Rate this:

Tagged with: , , , , , , ,
Posted in প্ৰবন্ধ

জয়মতী, জাতীয়তাবাদ আৰু অসমৰ বৌদ্ধিক সংস্কৃতি : এক প্ৰতিক্ৰিয়া

ড০ হীৰেন গোহাঁই সম্পাদিত নতুন পদাতিক আলোচনীৰ ২৫ ডিচেম্বৰ, ২০১৫ সংখ্যাত আমাৰ ‘জয়মতী সম্পৰ্কে কিছু কথা’ শীৰ্ষক প্ৰবন্ধটো প্ৰকাশ পাইছে। তাৰ লগতে লেখাটো সম্পৰ্কে আলোচনীৰ সম্পাদকে লিখা এটা ‘সম্পাদকীয় টোকা’ও প্ৰকাশ কৰা হৈছে। উক্ত ‘সম্পাদকীয় টোকা’টো তলত হুবহু ৰূপত তুলি

Rate this:

Tagged with: , , , , ,
Posted in সানমিহলি