নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে এই সময়ছোৱাত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ব্যাপক প্ৰতিবাদ ধ্বনিত হৈছে। বহল অৰ্থত এই প্ৰতিবাদৰ প্ৰধান কৃতিত্বটো হ’ল এই যে ই উক্ত আইনখনৰ বিৰোধিতাক এক জাতীয়-জনপ্ৰিয় স্তৰত প্ৰতিষ্ঠা কৰিছে। এই বিৰোধিতাৰ কিমানখিনি বিজেপি-আৰ এছ এছৰ ৰাজনীতিৰ সামগ্ৰিক…