Monthly Archives: December 2017

যোৱা বছৰটোলৈ উভতি চাওঁতে

এখন দেশ বা ৰাজ্যৰ সমাজ আৰু ৰাজনীতিত একে সময়তে বিভিন্ন স্তৰত বহুতো ঘটনা-প্ৰক্ৰিয়া চলি থাকে। গতিকে একেটা মাথোন ব্যাখ্যাৰে এই বহুস্তৰীয় প্ৰক্ৰিয়াৰাজিৰ সম্পূৰ্ণ স্বৰূপ উদঘাটন কৰাটো টান। তথাপি ঘটনা-প্ৰক্ৰিয়াৰ প্ৰধান আৰু আধিপত্যশীল ধাৰাটো যদি চিহ্নিত কৰিব পৰা যায়, তেন্তে তাৰ

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

প্ৰসংগ : আইন আৰু মুক্তিকামী ৰাজনীতি

  নাৰীবাদী লেখক নিবেদিতা মেননৰ Recovering Subversion: Feminist Politics beyond the Law (2004; Permanent Black) গ্ৰন্থখন ভাৰতীয় নাৰীবাদী চিন্তাৰ এখন উল্লেখযোগ্য গ্ৰন্থ। গ্ৰন্থখনৰ বিষয় হ’ল আইন আৰু নাৰীবাদী ৰাজনীতিৰ মাজৰ সম্পৰ্ক। ভাৰতীয় নাৰীবাদীসকলে যোৱা সময়ছোৱাত আইন আৰু ৰাষ্ট্ৰৰ সৈতে কিদৰে মোকাবিলা

Rate this:

Tagged with:
Posted in গ্ৰন্থ সমালোচনা