Monthly Archives: August 2020

মতাদৰ্শগত সমালোচনা কেনেকৈ কৰা যায় : হোমেন বৰগোহাঞি প্ৰসংগ

সাহিত্যিক এজনৰ সাহিত্যৰ বিশ্লেষণ কৰা হয় সাহিত্য সমালোচনাৰ জৰিয়তে। সাহিত্যিকজনৰ ৰচনাৰাজিৰ সমালোচনাৰ জৰিয়তেই তেওঁৰ সাহিত্যৰ সাহিত্যিক মূল্য, তাৰ সামাজিক চৰিত্ৰ, তাৰ আত্মজৈৱনিক দিশ, তাৰ প্ৰমূল্যগত আধাৰ আদি বিভিন্ন আয়তনসমূহ উন্মোচন কৰা হয়। কিন্তু যেতিয়া সাহিত্যিক এজনৰ সৃষ্টিয়ে সাহিত্যৰ পৰিধি অতিক্ৰম

Rate this:

Tagged with:
Posted in সানমিহলি

এজন মানৱতাবাদীৰ স্বগতোক্তি

অৱশেষত কোটি কোটি ভাৰতীয়‌ই অতি আগ্ৰহ আৰু অধৈৰ্যৰে বাট চাই থকা কামটোৰ শুভাৰম্ভ হ’ল। ৰাম মন্দিৰৰ ভূমি পূজন হৈ গ’ল। ইয়াৰ বাবেই আমি কিমানটা দশক, আচলতে কিমানটা শতিকা অপেক্ষা কৰি আছিলো। ভাৰতত বাস কৰা প্ৰতিজন ব্যক্তিয়েই হ’ল হিন্দু। ধৰ্ম বেলেগ

Rate this:

Posted in সানমিহলি

লোকেল চুলাইৰ পৃথিৱীখন

এদিন এখন ধাবাত ভাত খাবলৈ বুলি সোমাইছো। অলপ উচ্চ স্বৰত বাজি আছে লোকেল চুলাই-খ্যাত ত্ৰৈলোক্য সোণোৱালৰ পেৰডি গান এটা – ‘মিছকল মাৰি মাৰি মাৰি মাৰি/অ’ ভণ্টী টেষ্টিং কৰি চাওঁ/পুৰণাজনীক এৰি নতুন নতুন কণ্টেক্ট কৰি/ছোৱালীৰ লগত চেনি খাওঁ’ (মূল গান :

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ