কিছু দিন পূৰ্বে ৰাহুল নামৰ গায়ক এজনে ‘তোৰে হেৰিখন দেখা নাই, হেৰিখন চাবলৈ মনে যায়’ – এনেকুৱা গান এটা গাই ইউটিউবত আপল’ড কৰি দিলে৷ তাৰ পাছত গোটেইখন হুলস্থূল লাগি গ’ল৷ যেয়ে যেনেকৈ পাৰে গালি-গালাজ পাৰিলে, টিভিয়ে-চিভিয়ে প্ৰগ্ৰেম হ’ল, কোনোবাই কেছ-চেছো…