Monthly Archives: November 2016

প্ৰসংগ : ঔপনিবেশিকতাবাদৰ অন্তৰ্জীৱন

ৰাজনৈতিক মনস্তত্ত্ববিদ আশিস নন্দীক ঘাইকৈ আধুনিকতাৰ সমালোচক বুলিয়েই জনা যায়। ভাৰতত স্বাধীনতাৰ পৰৱৰ্তী প্ৰায় তিনিটা দশক ধৰি জৱাহৰলাল নেহৰুৰ আদৰ্শৰে বন্ধা গণতান্ত্ৰিক প্ৰমূল্য আৰু তাৰ প্ৰাতিষ্ঠানিক আধাৰটোৱেই অবিসম্বাদী ৰূপত প্ৰভাৱশালী হৈ আছিল। সত্তৰৰ দশকৰ শেষৰপৰা এই নেহৰুবাদী ব্যৱস্থাটোত লাহে লাহে

Rate this:

Tagged with: ,
Posted in গ্ৰন্থ সমালোচনা

পৰিবৰ্তনৰ আলিদোমোজাত

১৯৫৫ চনৰ ভাৰতীয় নাগৰিকত্ব আইনৰ সংশোধনী ঘটাই ধৰ্মৰ ভিত্তিত বিদেশী নাগৰিক ভাৰতলৈ আমদানি কৰাৰ যি সাংবিধানিক প্ৰমূল্যৰ বিৰোধী আৰু গণবিৰোধী আঁচনি বিজেপি চৰকাৰে হাতত লৈছে তাৰ আমি পোনপটীয়াভাৱে বিৰোধিতা কৰিছো। এই আঁচনিৰ আঁৰত লুকাই আছে বিজেপি তথা সংঘ পৰিবাৰৰ হিন্দুত্ববাদী

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ