এন আৰ চিক কেন্দ্ৰ কৰি অসমীয়া আৰু বাঙালীৰ মাজৰ সম্পৰ্কটো ক্ৰমাৎ অধিক তিক্ত হৈ পৰিছে। ভিতৰি ভিতৰি বাঢ়ি আহিছে অবিশ্বাস আৰু বিদ্বেষ। এই পৰিবেশৰ মাজত আমি থোৰতে দুটামান কথা ক’ব খুজিছো। এই বিষয়টো সম্পৰ্কে আমাৰ বক্তব্য ইতিমধ্যে ভালেকেইটা লেখাত প্ৰকাশ…