Monthly Archives: April 2014

অন্ধবিশ্বাসবিৰোধী আন্দোলন সম্পৰ্কে কিছু কথা

আজি আমি টেলিপেথি আৰু হস্তৰেখাৰ অন্তঃসাৰশূন্যতা উদঙাই দি আলোচনা কৰিলো, কাইলৈ বাস্তুশাস্ত্ৰ আৰু স্বপ্নফলৰ অসত্যতাৰ কথা লিখিম৷ অন্ধবিশ্বাসবিৰোধী আন্দোলনৰ এয়াই পদ্ধতি নেকি? অন্ধবিশ্বাসৰ বজাৰত নতুন নতুন মাল সদায় ওলায়েই থাকিব৷ কেৱল সেইবোৰৰ আলোচনা কৰি থকাটোৱেই নিশ্চয় যুক্তিবাদী মানুহৰ কাম নহয়৷

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

অখণ্ড মানৱ সংস্কৃতিৰ সাধনা

আধুনিক মানুহৰ ট্ৰেজেডি এয়ে যে এফালে বিজ্ঞানসমূহৰ আৰু আনফালে মানৱিকী বিদ্যাসমূহৰ (Humanities) বিভিন্ন বিভাগৰ আশ্চৰ্যজনক বহুপল্লৱিত বিকাশ ঘটিছে যদিও তাৰ ফলস্বৰূপে এক অখণ্ড বিশ্ববীক্ষাৰ ভেটি শক্তিশালী হোৱা নাই, বৰং সি মানৱ জ্ঞানক খণ্ডিত কৰি সহস্ৰটা পৃথক আৰু সম্পৰ্কহীন প্ৰকোষ্ঠত বিভক্ত

Rate this:

Tagged with: , , , , , ,
Posted in গ্ৰন্থ সমালোচনা

হেমাংগ বিশ্বাস আৰু বিহু

সাম্প্রতিক নৈৰাজ্যসদৃশ পৰিস্থিতিত হেমাংগ বিশ্বাসক স্মৰণ কৰাটো অতিকে তাৎপর্যপূর্ণ কথা। কিন্তু সেই স্মৰণে কেৱল বিদ্যায়তনিক স্তৰতে আবদ্ধ নাথাকি নিপীড়িতজনৰ স্বাধিকাৰ প্রতিষ্ঠাৰ সংগ্রাম তথা জাতীয় জীৱনৰ ৰক্ষণাবেক্ষণ আৰু সুষম উন্নয়নৰ প্রচেষ্টাৰ ভৱিষ্যতৰ বাটটো অলপ হ’লেও আলোকিত কৰিব পাৰিব লাগিব। বর্তমান বহুজাতিক

Rate this:

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ