Monthly Archives: July 2020

মন যায় : একবিংশ শতিকাৰ শ্ৰেষ্ঠ অসমীয়া প্ৰেমৰ গান

ডাক্তৰ : তোমাৰ জীৱনৰ আৰু দহ মিনিট বাকী আছে। এই শেষ মুহূৰ্তত তুমি যি ইচ্ছা কৰি লোৱা। কথাটো শুনাৰ লগে লগেই ডেকাজনে ম’বাইলত ‘মন যায়’ লগাবলৈ আৰম্ভ কৰি দিলে। ডাক্তৰ : কিন্তু এই গানটোতো দহ মিনিট একচল্লিছ ছেকেণ্ডৰ? ভগৱান :

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

মহেন্দ্ৰ হাজৰিকাৰ দুটা গান

অসমৰ সমাজ-সংস্কৃতিত ইলেক্ট্ৰনিক মেডিয়াৰ ৰাজত্ব আৰম্ভ হোৱাৰ লগে লগেই অসমীয়া সংগীত উদ্যোগৰো গুণগত ৰূপান্তৰ ঘটিল। টিভিৰ মজিয়াখনেই সংগীত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল – ইয়াৰপৰাই সংগীতৰ প্ৰচাৰ চলিল, নতুন সংগীত শিল্পী ওলাই আহিল, কিছুমান পৰীক্ষা-নিৰীক্ষাও চলিল। জনপ্ৰিয় পুৰণি শিল্পীসকলৰ বহুতেই নতুন

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

উভতি নোযোৱাৰ প্ৰতিজ্ঞা

অসমীয়া ৰাইজে আজি এই মুহূৰ্তত ইতিহাসৰ এক জটিল সন্ধিক্ষণত থিয় দিছেহি। অথাই জলধিৰ মাজত পৰি আজি ৰাইজে ককবকাব লাগিছে। মহামাৰী ক’ৰ’না ভাইৰাছ আৰু তাক কেন্দ্ৰ কৰি চলি থকা দমনমূলক ব্যৱস্থাৱলীয়ে সকলোকে আতংকিত কৰি ৰখাৰ সময়তে, বছৰেকীয়া বানপানীৰ ৰাজ্যজোৰা ভয়াৱহ ধ্বংসলীলাৰ

Rate this:

Tagged with: , ,
Posted in সানমিহলি

বিদায় টিকটক

শেহতীয়া সময়ছোৱাত ভাৰতবৰ্ষত সমাজৰ গণতান্ত্ৰিকীকৰণত ছ’চিয়েল মেডিয়াই এটা মৌলিক ভূমিকা পালন কৰি আহিছে। সমাজৰ প্ৰতিষ্ঠিত ক্ষমতা-কাঠামোসমূহক অতিক্ৰম কৰি গণতন্ত্ৰৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি কৰাৰ জৰিয়তে ছ’চিয়েল মেডিয়াই যি ৰূপান্তৰৰ সূচনা কৰিছে, তাক সমসাময়িক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা বুলি অভিহিত কৰিব পাৰি।

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ