Monthly Archives: January 2019

সেইবুলি নিতুমণিক বেয়া পালে নহ’ব

বাকী মানুহবিলাকেই বুৰ্বক নে মই নিজেই বুৰ্বক কেতিয়াবা সন্দেহত ভোগো৷ মানুহবিলাকৰ বুৰ্বকামিবিলাক দেখিলে খঙেই কৰিম নে পুতৌৱেই কৰিম নে হাততালি দিম ভাবি পাৰ নাপাওঁ৷ নিতুমণি নামৰ নিৰ্মল ভকত সাংবাদিকজনে হিমন্তক প্ৰত্যাহ্বান জনাই প্ৰগ্ৰেম এটা কৰিলে৷ তাৰ পাছত এতিয়া কেৱল সেইজনৰ

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

ঘেণ্টা ছেকুলাৰিজম

ভাৰতীয় মূলসুঁতিৰ হে মহান লিবাৰেলসকল, এটা ঐতিহাসিক মুহূৰ্তত থিয় হৈ এয়া আমি তোমালোকলৈ লিখিছো। লোকসভাত গৃহীত হৈ অহাৰ পাছতো নাগৰিকত্ব সংশোধনী বিধেয়কখন বিজেপিয়ে ৰাজ্যসভাত গৃহীত কৰাৰ চেষ্টা বাদ দিবলগা হ’ল (০৯-০১-১৯)। তাৰ একমাত্ৰ কাৰণ হ’ল অসম তথা ত্ৰিপুৰাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত

Rate this:

Tagged with: , ,
Posted in সানমিহলি

বিলৰ পিছৰ চিন্তা

অৱশেষত নাগৰিকত্ব সংশোধনী বিলখন পাছ হ’ল (লোকসভাত)। অসমৰ দল-সংগঠন তথা ৰাইজৰ সৰ্বাত্মক প্ৰতিবাদেও এইক্ষেত্ৰত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে। এই প্ৰতিবাদে, আনকি দিল্লীত কৰা জংগী নগ্ন প্ৰতিবাদেও সৰ্বভাৰতীয় সংবাদ মাধ্যমতো কোনো হুলস্থূলৰ সৃষ্টি নকৰিলে। ভাৰত ৰাষ্ট্ৰৰ ভিতৰত অসমৰ দূৰণিবটীয়া ভূ-ৰাজনৈতিক অৱস্থান

Rate this:

Tagged with: , , , ,
Posted in প্ৰবন্ধ