কেন্দ্ৰত শাসনাসীন হিন্দু জাতীয়তাবাদী চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত ঘটা দলিত স্কলাৰ ৰোহিত ভেমুলাৰ প্ৰাতিষ্ঠানিক হত্যাকাণ্ডই প্ৰথমে দেশজুৰি আলোড়ন তোলাৰ সময়ছোৱাত অসমৰ প্ৰভাৱশালী উদাৰ জাতীয়তাবাদী তথা বাঁও-গণতান্ত্ৰিক কোনো শিবিৰতে বিশেষ আৰু আশানুৰূপ প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাছিল, কিছুসংখ্যক ব্যক্তিৰ কথা বাদ…