Monthly Archives: January 2020

অখিল গগৈ মুৰ্দাবাদ

যি হৈছে ভালেই হৈছে। অখিল গগৈক পাৰিলে চিৰদিনৰ বাবে জে’লত ভৰাই থ’ব লাগে। তাৰ নাম-নিচান নাইকিয়া কৰি দিব লাগে – অসমৰ মাটিৰপৰা, মানুহৰ মাথাৰপৰা। জাতি-মাটি-ভেটিৰ সুৰক্ষা যেতিয়া নিশ্চিত হৈছে, অৱতাৰী পুৰুষে যেতিয়া তাৰ গেৰাণ্টি দিছে – তাত বাধা হৈ থিয়

Rate this:

Posted in সানমিহলি

অসমৰ প্ৰতিবাদী ৰাজনৈতিক শক্তিসমূহ : এটা তেনেই চমু পৰিচয়

শেহতীয়া নাগৰিকত্ব সংশোধনী আইন-বিৰোধী আন্দোলন আৰু তাৰ প্ৰতি শাসকপক্ষৰ প্ৰতিক্ৰিয়াৰপৰা আমি অসমৰ বিভিন্ন প্ৰতিবাদী ৰাজনৈতিক শক্তিবিলাকৰ বিষয়ে কি কি বুজিলো? অখিল গগৈ তথা কৃষক মুক্তিয়ে অসমৰ ৰাজনীতিৰ আদৰ্শগতভাৱে জংগী আৰু ৰেডিকেল ধাৰাটোক প্ৰতিনিধিত্ব কৰে। এইটো ধাৰা সংঘ পৰিয়ালৰ বাবে সবাতোকৈ

Rate this:

Posted in সানমিহলি