Monthly Archives: December 2013

জ্যোতিষ : এক অনুসন্ধান

বিশ্বখ্যাত ব্যংগ সাহিত্যিক জনাথন ছুইফট ব্যক্তিগত জীৱনতো ব্যংগৰ ওজা আছিল। সেই সময়ত ইংলেণ্ডত পেট্ৰিজ নামৰ এজন বিখ্যাত জ্যোতিষী আছিল; মানুহৰ ভৱিষ্যতবাণীৰ মাধ্যমেৰে তেওঁ হাজাৰজনৰ বিশ্বাসভাজন হৈ পৰিছিল। এবাৰ ছুইফটে ‘আইজাক বিকাৰষ্টাছ’ ছদ্মনামত ‘Bickerstass’ Almanac’ বুলি এখন অনাগত বৰ্ষৰ ভৱিষ্যতবাণী সন্নিৱিষ্ট

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

উদ্ভট কাব্য

উদ্ভট কাব্য ডঃ বেজুৱেল জনছন দমকলে দমকলে আমেৰিকা যায় তাক দেখি ভগবানে হৰিনাম গায় বৌদ্ধিক ঔটেঙা লেট্ৰিনেও ভাং খায় ধেৎতেৰি ইতিহাস জাঁপ মাৰি ঠেং নাই মোনা আছে পৃথিবীত ভেকুলীৰ পাংখা চাহিদাৰ প্ৰেম নাই ডিজিটেল গুটখা পুঁজিবাদী ফুটছাই হাতমোজা টেঙা হ’ল

Rate this:

Posted in প্ৰবন্ধ

বনকোঁৱৰ আনন্দিৰাম দাস

লক্ষ্মীৰাম বৰুৱাৰ হাতত আধুনিক অসমীয়া সংগীতৰ শুভাৰম্ভ হয় যদিও তেওঁৰ সংগীত সাধনা আছিল মূলতঃ মাৰ্গীয় আৰু বাংলাগন্ধী। সত্যনাথ বৰাও অসমৰ লোকসংগীতৰ সাৰমৰ্ম দাঙি ধৰাত সফল হোৱা নাছিল।এইসকলে বোৱাই দিয়া অসমীয়া সংগীতৰ এই তৰাং ধাৰাত অসমৰ লোকজীৱনৰ মৰ্মমূলৰপৰা জীৱনবোধ আনি, অসমীয়া

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

যতীন্দ্ৰনাথ দুৱৰাৰ কাব্যচেতনা

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

প্ৰসংগ : বন্দিত ভূপেনদা নিন্দিত ভূপেন হাজৰিকা

Rate this:

Tagged with: , ,
Posted in গ্ৰন্থ সমালোচনা

শ্ৰীশ্ৰীস্বপ্ন মহাৰাজ অদ্বিতীয়ৰ সৈতে বাৰ্তালাপ আৰু কিছু স্বপ্নফল

(সাক্ষাৎ গ্ৰহণঃ নৱেম্বৰ, ২০০৮) প্ৰশ্নঃ জন্মস্থান অসমলৈ আহি আপোনাৰ অনুভব কেনে? শ্ৰীশ্ৰী মহাৰাজঃ যিখন অসমত মই জন্ম হৈছিলো আৰু ডাঙৰ-দীঘল হৈছিলো সেই অসমখনলৈ আহি স্বাভাবিকতেই মোৰ ভালেই লাগিছে, মোৰ শৈশব-কৈশোৰৰ সোঁৱৰণিয়ে আমনি কৰিছেহি৷ কিন্তু এটা কথাত মোৰ দুখ লাগিছে যে

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

প্ৰসংগ : সাংস্কৃতিক বন্ধ্যাত্ব

শেহতীয়াভাৱে অসমীয়া ভাষাত প্ৰকাশিত যিসমূহ কিতাপে পাঠকৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে তাৰ পৰ্যালোচনা কৰিলে এটা কথা নিঃসন্দেহে ক’ব পাৰি যে সেইসমূহৰ বেছিখিনিয়েই মূলতঃ সাংবাদিকতাধৰ্মী আৰু চাঞ্চল্যমুখী কিতাপ। ইয়াৰে বহুখিনি হ’ল “মুখা খুলি দিয়া” কিতাপ।

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

ভাৰতৰ ঈশ্বৰপুৰুষসকল

ভাৰতৰ ঈশ্বৰপুৰুষসকল মূল : আব্ৰাহাম কোভুৰ, অনুবাদ : জিতেন বেজবৰুৱা ইয়াত ক্লিক কৰক

Rate this:

Tagged with:
Posted in অনুবাদ

প্ৰসংগ : হালধীয়া চৰায়ে বাওধান খায়

জাহ্নু বৰুৱাৰ বিখ্যাত চলচ্চিত্ৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ সম্পৰ্কে কিছু চিন্তা। পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Rate this:

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ

এহেজাৰ টন সোণৰ ৰহস্য

উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ দণ্ডিয়া খেৰা গাঁৱৰ যোগী স্বামী শোভন সৰকাৰে অলপতে এটা সপোন দেখিলে। সপোনত ঊনৈছ শতিকাৰ ৰজা ৰাও ৰাম বক্স সিঙে দেখা দি তেওঁক ক’লে যে অঞ্চলটোৰ এশ আশী বছৰ পুৰণি শিৱ মন্দিৰটোৰ কাষতে মাটিৰ তলত 1000 টন

Rate this:

Tagged with:
Posted in প্ৰবন্ধ