এতিয়া আৰএছএছ-বিজেপিৰ ৰাজনীতিৰ সমালোচনা কৰিলেই বিকল্পৰ প্ৰশ্নটো আহি পৰে। আমি লেখা-মেলা কৰোতে বহু সময়ত প্ৰশ্নৰ সন্মুখীন হওঁ, বিকল্প ৰাজনীতিৰ কথাটো স্পষ্টভাৱে আলোচনা কিয় কৰা নাই বুলি। আচলতে বিকল্প ৰাজনীতিৰ কথাহে আমি ক’ব বিচাৰো, বিকল্প ৰাজনৈতিক দলৰ কথা নহয়। সঁচা কথা…