Monthly Archives: March 2017

নাহিদ, ফটোৱা আৰু মুছলমান সমাজ : সাংস্কৃতিক ৰাজনীতিৰ দুটামান দিশ

হোজাইৰ উদালি অঞ্চলত এটা সংগীতানুষ্ঠান হোৱাৰ কথা আছিল। তাৰ বাবে প্ৰস্তুতি চলি থকাৰ অৱস্থাতে এদিন সেই অঞ্চলৰে কিছুসংখ্যক মুছলমানধৰ্মী লোকে এখন ‘বিশেষ গোহাৰি’ ৰাইজৰ মাজত বিতৰণ কৰিলে। এই লোকসকলৰ ভালেসংখ্যক হ’ল ধৰ্মীয় অনুষ্ঠান আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানৰ সৈতে জড়িত। ‘গোহাৰি’খনত লিখা

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

জাতীয়তাবাদ আৰু নাৰী : এটি চমু আলোচনা

জাতীয়তাবাদ সম্পৰ্কীয় মূলসুঁতিৰ আলোচনাবোৰত নাৰী আৰু লিংগৰ প্ৰশ্নটোৰ উপস্থিতি প্ৰায় নায়েই বুলিব পাৰি। আনকি জাতীয়তাবাদ সম্পৰ্কীয় আলোচনাৰ ক্ষেত্ৰত যিকেইখন বিশ্ববিখ্যাত গ্ৰন্থক ক্লাছিকৰ মৰ্যাদা দিয়া হয় সেইসমূহৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। পঢ়িবলৈ পোৱা মতে, কিছুসংখ্যক নাৰী পণ্ডিতেহে (চিন্থিয়া এনল’, কুমাৰী জয়াৱাৰ্দেনা, নীৰা

Rate this:

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ