Monthly Archives: December 2016

​প্ৰাৰ্থনা (ৰবীন্দ্ৰনাথ ঠাকুৰ)

চিত্ত য’ত ভয়শূন্য, শিৰ য’ত উচ্চ জ্ঞান য’ত মুক্ত সংকীৰ্ণতাৰ শত প্ৰাচীৰে য’ত খণ্ড-বিখণ্ড কৰি নেপেলায় এই পৃথিৱীৰ বিশালতাক  শব্দপুঞ্জ উঠি আহে য’ত সত্যৰ গভীৰ তলিৰপৰা ক্লান্তিহীন সংগ্ৰামে য’ত দুবাহু মেলি দিয়ে পৰিপূৰ্ণতাৰ পিনে যুক্তিৰ নিৰ্মল জুৰিটি য’ত হেৰাই নাযায়

Rate this:

Posted in সানমিহলি