দুৰ্নীতি এটা নৈতিক প্ৰশ্ন নহয়, সি এটা সামাজিক প্ৰক্ৰিয়া। দুৰ্নীতি দুই-এজন বেয়া মানুহে কৰা কাম নহয়, সি হ’ল এটা সামূহিক পৰম্পৰা। দুৰ্নীতি হ’ল এক ঐতিহ্য যাৰ আমি সকলো অংশীদাৰ। কথাটো এনেকুৱা নহয় যে চৰকাৰ-প্ৰশাসনক দুৰ্নীতিয়ে প্ৰদূষিত কৰি পেলাইছে বা ৰাষ্ট্ৰ…