Monthly Archives: June 2023

শিৱনাথ বৰ্মনৰ দাৰ্শনিক চিন্তা : দুটামান পৰ্যবেক্ষণ

পণ্ডিত শিৱনাথ বৰ্মন অসমৰ বৌদ্ধিক জগতৰ এক বলিষ্ঠ আৰু অবিচল স্তম্ভ আছিল। বৰ্মনদেৱৰ দৰে বিজ্ঞানৰপৰা দৰ্শনলৈকে, ভাষাৰপৰা সংস্কৃতিলৈকে, সাহিত্যৰপৰা ইতিহাসলৈকে ইমানবোৰ বিষয়ত গভীৰ পাণ্ডিত্যৰ অধিকাৰী ব্যক্তি আমাৰ সমাজত তেনেই বিৰল। অসমৰ বৌদ্ধিক জগতখনৰ পল্লৱগ্ৰাহিতাৰ মাজত নীৰৱে থাকি বিভিন্ন বিষয়ত বিশদ

Rate this:

Posted in প্ৰবন্ধ