Monthly Archives: September 2019

সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু বাঁওপন্থীৰ কৰ্তব্য : কিছু প্ৰস্তাৱনামূলক ধাৰণা

নব্য উদাৰতাবাদৰ বিশ্বজোৰা দপদপনিৰ সাম্প্ৰতিক সময়ছোৱাত বাঁওপন্থী শক্তিসমূহ স্বাভাৱিকতেই নিশকতীয়া হৈ পৰিছে। তেওঁলোকৰ কেৱল শক্তি-সামৰ্থ্যই যে হ্ৰাস পাইছে, তেনে নহয় – জনসাধাৰণৰ মাজত নৈতিক গ্ৰহণযোগ্যতাও ক্ৰমাৎ স্খলিত হ’বলৈ ধৰিছে। এনে অৱস্থাত এই শক্তিসমূহৰ একপ্ৰকাৰ অৱধাৰিত পশ্চাদপসৰণ আৰু প্ৰান্তীয়কৰণ ঘটিবলৈ ধৰিছে।

Rate this:

Tagged with: , , , ,
Posted in প্ৰবন্ধ

ননছেন্স আৰু কমন ছেন্স

এসময়ত এখন দেশত এজন ৰজা আছিল। দেশৰ দুখীয়া-নিছলা প্ৰজাগণৰ দুখ-দুৰ্দশা দেখি দেখি ৰজা এদিন বৰ মৰ্মাহত হ’ল। বহু ভাবি-চিন্তি তেওঁ এটা সমাধানৰ পথ উলিয়ালে। তেওঁ দেশত তৎকালে প্ৰয়োগ হোৱাকৈ দাৰিদ্ৰ্যক শাস্তিযোগ্য অপৰাধ হিচাপে অভিহিত কৰি নিষিদ্ধ ঘোষণা কৰিলে। লগে লগে

Rate this:

Posted in সানমিহলি