Monthly Archives: December 2019

নতুন বছৰৰ সংকল্প

এইবাৰ পুৰণি বছৰটোৰ লগতে মই পুৰণি চিন্তাধাৰাকো বিদায় দিবলৈ মনস্থ কৰিছো। সংকল্প লৈছো – নতুন বছৰটো নতুন চিন্তাধাৰাৰে শুভাৰম্ভ কৰিম। কেলেহুৱা অসমীয়াকেইটাই সদায় নিগেটিভ দিশটোহে দেখে। সিহঁতৰ মাথাত পাতত দি খাবলৈও পজিটিভ চিন্তা অকণমান নাই। এনেকুৱা জাতি জহন্নামে যাব। মই

Rate this:

Posted in সানমিহলি

প্ৰতিবাদ বনাম ঘটিবাদ

গুৱাহাটীত বোলে এগৰাকী অভিনেত্ৰীয়ে প্ৰতিবাদ পূৰা ফালি দিছে – তেওঁৰ হুংকাৰত বোলে দিল্লী-দিছপুৰ চব কঁপি গৈছে। এজন অভিনেতা আকৌ আগতে নায়ক আছিল, মাজতে ৰত্নাকৰ হৈ গ’ল বিজেপিৰ পাল্লাত পৰি – এতিয়া পুনৰ্বাৰ নায়কত পৰিণত হৈছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি। ভৱিষ্যতে

Rate this:

Posted in সানমিহলি

কেব-বিৰোধী আন্দোলন : চৰিত্ৰ আৰু উত্তৰাধিকাৰ

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ৰ বিৰুদ্ধে তুমুল প্ৰতিবাদী আন্দোলন যোৱা ভালেছোৱা সময় ধৰি চলি আহিছে। তাৰ মাজতে বিধেয়ক সংসদত গৃহীত হৈ আইনলৈ ৰূপান্তৰিত হ’ল যদিও অসমত হৈ থকা আন্দোলনৰ কোনো হীন-দেৰি ঘটা নাই। দেশৰ সংসদে নিয়মানুযায়ী গৃহীত কৰাৰ পাছতো অসমৰ

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

আকৌ যদি যাব লাগে নব্বৈৰ দশকলৈ

এই মুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদে সৰ্বব্যাপী ৰূপ লাভ কৰিছে। সকলো স্তৰৰ ৰাইজ স্বতঃপ্ৰণোদিতভাৱে ৰাজপথলৈ ওলাই আহিছে। যি সময়ত বিধেয়কখন লোকসভাত পাছ হৈ গৈছে আৰু ৰাজ্যসভাতো পাছ হৈ আইনত পৰিণত হোৱাৰ সম্ভাৱনাই দেখা দিছে, সেই সময়তো অসমৰ ৰাজপথত

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ