বহু সময়ত উল্লেখ কৰা হয় যে হোমেন বৰগোহাঞি ৰাজনৈতিকভাৱে সুবিধাবাদী হ’ব পাৰে, কিন্তু সাহিত্যিক হিচাপে মহান আৰু নমস্য। পিছে প্ৰকৃতাৰ্থত সাহিত্যিক হিচাপেও তেওঁৰ ৰচনাৰাজি কম সমস্যাজনক নহয়। আৰু এই কথাটো বুজি নোপোৱাটোৱেই অসমৰ সমাজ আৰু সংস্কৃতিৰ এটা ডাঙৰ সমস্যা। সাম্প্ৰতিক…