Monthly Archives: January 2015

‘পি কে’ আৰু কিছু প্ৰাসংগিক প্ৰশ্ন

আমিৰ খান অভিনীত ৰাজকুমাৰ হিৰানীৰ বোলছবি ‘পি কে’ৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ, বজৰং দল আৰু অন্যান্য হিন্দুত্ববাদী দল-সংগঠনে যি উগ্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাত আচৰিত হ’বলগীয়া একো নাই। কাৰণ বোলছবিখনে ধৰ্মৰ ধ্বজাধাৰী সেইসমূহ দল-সংগঠন তথা তেওঁলোকৰ ভাবাদৰ্শৰে স্বৰূপ উন্মোচন কৰিছে।

Rate this:

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ