Monthly Archives: April 2020

অসম গৌৰৱ : জাতীয় হীনমন্যতাৰ অন্য নাম

অসম গৌৰৱ বস্তুটো হ’ল এটা ডাঙৰ বেমাৰ। তাৰপৰা অসমীয়া মানুহে যিমান সোনকালে আৰোগ্য লাভ কৰে সিমানে ভাল। ই অসমীয়া মানুহৰ হীনমন্যতাৰে এটা ৰূপ মাত্ৰ। ইয়াৰ উৎপত্তিৰ কাৰণ বহু পৰিমাণে ঔপনিবেশিক ঐতিহ্য আৰু বহু পৰিমাণে ভাৰতৰ ভূ-ৰাজনৈতিক পটভূমিত অসমৰ প্ৰান্তীয়তা। ‌প্ৰান্তত

Rate this:

Posted in সানমিহলি

প্ৰসংগ : ‘হালধীয়া চৰায়ে বাওধান খায়’

জাহ্নু বৰুৱাৰ মাত্ৰ দুখন চলচ্চিত্ৰহে আমি চাইছাে। (আনুমানিক ২০১৩ চনৰ কথা) ‘সাগৰলৈ বহু দূৰ’ আৰু ‘হালধীয়া চৰায়ে বাওধান খায়’৷ ‘সাগৰলৈ বহু দূৰ’খন নিশ্চিতভাৱে এখন বলিষ্ঠ চিনেমা৷ কিন্তু ইয়াতাে গ্ৰামীণ মূল্যবােধৰ প্ৰতি মােহান্ধতাই সৃষ্টি কৰা চহৰীয়া জীৱনৰ প্ৰতি বিৰাগ প্ৰচ্ছন্ন ৰূপত

Rate this:

Tagged with:
Posted in সানমিহলি

ক’ৰ’নাৰ কেৰামতালি

ক’ৰ’না ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত আমাৰ চৰকাৰে গ্ৰহণ কৰা লকডাউন তথা অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ সকলোৱে মানি চলিব লাগে আৰু সিবিলাকৰ প্ৰতি যথাসম্ভৱ সহযোগিতা আগ বঢ়াব লাগে। এই লৈ কোনোধৰণৰ দ্বিমত থাকিব নালাগে। এনে পৰিস্থিতিত সকলোৱে

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ