Monthly Archives: January 2014

পল্লৱগ্ৰাহীৰ দিবাস্বপ্ন

মননশীল বুলি পৰিচিত লেখক ময়ূৰ বৰাৰ ‘মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা?’ নামৰ কিতাপ এখন অলপতে প্ৰকাশ পাইছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু ব্ৰাহ্মণ্যবাদৰ পাছত (‘পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ?’ আৰু ‘ব্ৰাহ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম’) বৰাই মৃত্যুঘণ্টা বজালে মাৰ্ক্সবাদৰ। ঘণ্টাৰ শব্দত

Rate this:

Tagged with:
Posted in গ্ৰন্থ সমালোচনা

অসমীয়া ধৰ্মবিজ্ঞানীৰ চমক : এবিধ নতুন ডি টি এইচ ‘অখণ্ড ভাগৱত পাঠ’

অসমৰ ধৰ্মবিজ্ঞানীসকলৰ নতুন ডি টি এইচ ব্যৱস্থাই অতি কম সময়ৰ ভিতৰতে প্ৰভূত জনপ্ৰিয়তা লাভ কৰি অভিলেখৰ সৃষ্টি কৰিছে। ধৰ্মবিজ্ঞানীসকলে প্ৰকাশ কৰা এক প্ৰতিবেদনত এই কথা প্ৰকাশিত হৈছে। ভগৱানে সুদূৰ অতীততে ঘোষণা কৰিছিল যে ভাৰতত যেতিয়াই ধৰ্মৰ গ্লানি হ’ব, সমাজ অন্যায়-অনীতিয়ে

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

ভাষা আৰু বিশ্বাস : কিছু বিক্ষিপ্ত চিন্তা

(১) ইংৰাজী কোৱা দেশবিলাকতো ফেঁচা আছে। আমাৰ ইয়াত ফেঁচাই ‘নিউ’ (নিওঁ) বুলি মাতিলে আমি গম পাই যাওঁ – হয়, কাৰোবাক ‘নিব’, অৰ্থাৎ কাৰোবাৰ মৃত্যু হ’ব। ইংৰাজীভাষী দেশত ফেঁচাই ‘নিউ’ (new) বুলি মাতিলে মানুহে চাগে ভাবে – হয়, কিবা ‘নতুন’ ঘটনা

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

ভ্ৰাম্যমাণ থিয়েটাৰৰ বৰ্তমানৰ ৰূপ

ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক জনপ্ৰিয় আৰু প্ৰভাৱশালী শিল্পমাধ্যম। জনপ্ৰিয়তা আৰু প্ৰভাৱশালিতাই শিল্পৰ সামাজিক দায়বদ্ধতা হ্ৰাস নকৰে, বৰঞ্চ বৃদ্ধিহে কৰে। তদুপৰি অসমৰ দৰে সামাজিক পৰিবেশত জনসাধাৰণক ব্যাপকভাৱে প্ৰভাৱিত কৰা এনে শিল্পমাধ্যমৰ দায়বদ্ধতা আৰু বৃদ্ধি পায়। কিন্তু ভ্ৰাম্যমাণে স্পষ্টকৈ সেই দায়বদ্ধতাক উলাই

Rate this:

Tagged with: ,
Posted in সানমিহলি