বহুতো বিহু মঞ্চ ঘূৰিলো, বহুতো ষ্টুডিঅ’ চলাথ কৰিলো বিহু চাই চাই। কিন্তু আচল বিহু ক’তো নাপালো। নাই ক’তো বিহুৰ মুক্ত উন্মাদনা, বিহুৰ কেঁচা ৰাগি। বহু মঞ্চত দেখিলো কেৱল কঠোৰ সামৰিক শৃংখলাৰ কুচকাৱাজ। হুঁচৰি নহয় যেন সেয়া সেনাৰ মাৰ্চ পাষ্টহে। বিহুটোলৈ…