আমাৰ যৌতুক সম্পৰ্কীয় আলোচনা বা তৰ্ক-বিতৰ্কবিলাকত এটা মৌলিক প্ৰশ্নৰ অনুপস্থিতি সদায়েই দেখা যায়। যৌতুক দিয়া বা লোৱাৰ ঔচিত্য তথা তাৰ লগত জড়িত অপৰাধৰ প্ৰশ্নৰেই এইসমূহ আৰম্ভণিও হয় আৰু শেষো হয়। কিন্তু তাৰ সৈতে জড়িত – সম্পদৰ ওপৰত নাৰীৰ অধিকাৰৰ প্ৰশ্নটো…