Monthly Archives: June 2018

অসমীয়া-বাঙালী সংঘাত : এক সম্ভৱপৰ ৰাজনীতিৰ সন্ধান

অসমৰ অসমীয়া জাতি আৰু বাঙালী জাতিৰ মাজত, বা আন ভাষাত, ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত চলি অহা দীৰ্ঘদিনীয়া সংঘাত নিৰাময়ৰ বাবে কোনোধৰণৰ আদৰ্শনীয় ৰাজনীতি (ideal politics) সম্ভৱ নহয় বুলি আমাৰ ধাৰণা। ভৱিষ্যতে কোনোবাদিনা দুইটা জাতিৰ মাজত থকা অবিশ্বাস, বিদ্বেষ

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

বাঙালী প্ৰগতিশীলসকলৰ বিষয়ে দুটামান কথা

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত বিপৰীতধৰ্মী প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ চলি থকাৰ সময়ছোৱাত বহুসংখ্যক প্ৰগতিশীল বাঙালী ব্যক্তি তথা সংগঠনেই এক ভণ্ডামি তথা দ্বিচাৰিতাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ তেওঁলোকৰ বহুতেই অসমীয়া প্ৰগতিশীল শিবিৰক আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লৈছে৷

Rate this:

Tagged with: ,
Posted in সানমিহলি