এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ কিছু পূৰ্বৰপৰা আৰু বিশেষকৈ যোৱা ৩০ জুলাই, ২০১৮ তাৰিখে সেই খচৰা প্ৰকাশ পোৱাৰ পাছৰপৰা অসমৰ ভিতৰ আৰু বাহিৰৰ বিভিন্ন শক্তিৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু সংবাদ মাধ্যমৰ হৈ-হাল্লাৰ ফলস্বৰূপে এক ধুঁৱলি-কুঁৱলি পৰিবেশৰ সৃষ্টি হৈছে। একপ্ৰকাৰ ৰাজনৈতিক অচলাৱস্থাৰ…