Monthly Archives: August 2015

সমাজবিজ্ঞানৰ চৰ্চা, ভাৰতৰ বিজ্ঞান-সংস্কৃতি ইত্যাদি

প্ৰাকৃতিক বিজ্ঞানসমূহৰ বৈজ্ঞানিক মৰ্যাদা আমি বিনাপ্ৰশ্নে আৰু সশ্ৰদ্ধভাৱে গ্ৰহণ কৰো, কিন্তু সমাজবিজ্ঞানসমূহৰ অস্তিত্ব স্বীকাৰ কৰি ল’বলৈও আমি সহজে ৰাজি নহওঁ। গতিকে আচৰিত হ’বলগা নাই যে কেৱল এই বিতৰ্কতে নহয়, সাধাৰণভাৱে সামাজিক আলোচনা-বিলোচনাত আমি সমাজবিজ্ঞানগত প্ৰশ্নসমূহ শূন্যৰপৰা আলোচনা কৰিবলগা হয় –

Rate this:

Tagged with: , , , ,
Posted in সানমিহলি

চুমা-বিজ্ঞান

চুমাক লৈ চলি থকা হুলস্থূলৰ মাজতে আমাৰ মনত এটা প্ৰশ্ন উদয় হৈছে। মটৰ গাড়ীয়েই হওক, এৰোপ্লেনেই হওক বা প্লাষ্টিক ছাৰ্জাৰিয়েই হওক – জ্ঞান-বিজ্ঞানৰ সকলো ক্ষেত্ৰতে যে প্ৰাচীন ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সবাতোকৈ আগবঢ়া আৰু সকলোৰে পথপ্ৰদৰ্শকস্বৰূপ আছিল, সেইটো দাবী কৰি ভাৰতীয়

Rate this:

Tagged with:
Posted in সানমিহলি

প্ৰণৱ বড়োৰ আত্মজাহ সম্পৰ্কে একাষাৰ

মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মাটিৰ পট্টা প্ৰদানৰ চৰকাৰী অনুষ্ঠানৰ প্ৰতিবাদত কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ অংশস্বৰূপে গুৱাহাটী গড়চুক নিবাসী প্ৰণৱ বড়োৰ আত্মজাহৰ মৰ্মান্তিক ঘটনাই (২৪ ফেব্ৰুৱাৰি, ২০১৪ ) ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।আচলতে বিভিন্ন ৰাজনৈতিক ঘটনাৰ কেইবাটাও বেলেগ বেলেগ

Rate this:

Tagged with: , ,
Posted in সানমিহলি

পৰম্পৰা, নাৰী-শোষণ আৰু জাতীয়তাবাদ : দুটামান কথা

পৰম্পৰাৰ ওপৰত মানৱতাবাদী যুক্তিৰ প্ৰচণ্ড আক্ৰমণ একান্তই প্ৰয়োজনীয় আৰু বাঞ্ছনীয় – পৰম্পৰাৰ মাজত যদি ভাল বস্তু থাকে তেন্তে সি নিজেই টিকি থাকিব, নহ’লে যুক্তিৰ আক্ৰমণত সি বাগৰি পৰাই স্বাভাৱিক। তাত সমাজ-সংস্কৃতি সংকটাপন্ন হ’ব বুলি ভয় খাবলৈ কিটো আছে? যুক্তিৰ ঢোকাত

Rate this:

Tagged with: , , , ,
Posted in সানমিহলি