Blog Archives

অসমীয়া ভাষা আৰু বৌদ্ধিক চৰ্চাৰ সমস্যা

এই লেখাত আমি অসমীয়া ভাষাত চলা বৌদ্ধিক চৰ্চাৰ কিছু মৌলিক সমস্যাৰ কথা আলোচনা কৰিব খুজিছো। সেই সমস্যাসমূহক অসমীয়া ভাষাৰ সমস্যা হিচাপে চিহ্নিত কৰিছো যদিও সেয়া কোনো ভাষাতাত্ত্বিক প্ৰশ্ন নহয়, সেয়া এক সামাজিক-ৰাজনৈতিক প্ৰশ্নহে। অসমৰ সমাজ-ৰাজনীতিৰ চৰিত্ৰৰপৰা উদ্ভূত সমস্যাসমূহ কিদৰে অসমীয়া

Rate this:

Tagged with: , , , ,
Posted in প্ৰবন্ধ

প্ৰসংগ : ভাৰতীয় ভাবাদৰ্শ

  প্ৰসিদ্ধ মাৰ্ক্সবাদী পণ্ডিত পেৰি এণ্ডাৰ্ছনৰ The Indian Ideology নামৰ এখন আমোদজনক কিতাপ প্ৰকাশ পাইছে। Three Essays Collective নামৰ প্ৰকাশনটোৱে ২০১২ চনৰ অক্টোবৰত প্ৰকাশ কৰা কিতাপখন ভাৰতবৰ্ষ সম্পৰ্কে তিনিখন দীঘল ৰচনাৰ সংকলন। পিছে ভাৰতীয় ভাবাদৰ্শনো কি? ভাৰতৰ এচাম বুদ্ধিজীৱীয়ে প্ৰচাৰ

Rate this:

Tagged with: , , , , , , , , , ,
Posted in গ্ৰন্থ সমালোচনা

সমাজবিজ্ঞানৰ চৰ্চা, ভাৰতৰ বিজ্ঞান-সংস্কৃতি ইত্যাদি

প্ৰাকৃতিক বিজ্ঞানসমূহৰ বৈজ্ঞানিক মৰ্যাদা আমি বিনাপ্ৰশ্নে আৰু সশ্ৰদ্ধভাৱে গ্ৰহণ কৰো, কিন্তু সমাজবিজ্ঞানসমূহৰ অস্তিত্ব স্বীকাৰ কৰি ল’বলৈও আমি সহজে ৰাজি নহওঁ। গতিকে আচৰিত হ’বলগা নাই যে কেৱল এই বিতৰ্কতে নহয়, সাধাৰণভাৱে সামাজিক আলোচনা-বিলোচনাত আমি সমাজবিজ্ঞানগত প্ৰশ্নসমূহ শূন্যৰপৰা আলোচনা কৰিবলগা হয় –

Rate this:

Tagged with: , , , ,
Posted in সানমিহলি

জাতীয়তাবাদী ইতিহাসৰ সমস্যা

অলপতে ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত হোৱা মণিৰাম দেৱান সম্পৰ্কীয় এটা বেছ ছিৰিয়াছ বিতৰ্ক কিছু দূৰলৈ অনুসৰণ কৰিছিলো। বিতৰ্কটোৰ বিষয় আছিল এইধৰণৰ : স্বাধীনতা সংগ্ৰামী বুলি বন্দিত মণিৰাম দেৱান প্ৰকৃতাৰ্থত দেশপ্ৰেমিক আছিলনে,তেওঁৰ চিন্তা আৰু কাৰ্যকলাপত অন্তৰ্নিহিত হৈ থকা স্বাৰ্থচিন্তা তথা সুবিধাবাদৰ

Rate this:

Tagged with: , , , , , , , , , , , , , , ,
Posted in প্ৰবন্ধ