Yearly Archives: 2019

নতুন বছৰৰ সংকল্প

এইবাৰ পুৰণি বছৰটোৰ লগতে মই পুৰণি চিন্তাধাৰাকো বিদায় দিবলৈ মনস্থ কৰিছো। সংকল্প লৈছো – নতুন বছৰটো নতুন চিন্তাধাৰাৰে শুভাৰম্ভ কৰিম। কেলেহুৱা অসমীয়াকেইটাই সদায় নিগেটিভ দিশটোহে দেখে। সিহঁতৰ মাথাত পাতত দি খাবলৈও পজিটিভ চিন্তা অকণমান নাই। এনেকুৱা জাতি জহন্নামে যাব। মই

Rate this:

Posted in সানমিহলি

প্ৰতিবাদ বনাম ঘটিবাদ

গুৱাহাটীত বোলে এগৰাকী অভিনেত্ৰীয়ে প্ৰতিবাদ পূৰা ফালি দিছে – তেওঁৰ হুংকাৰত বোলে দিল্লী-দিছপুৰ চব কঁপি গৈছে। এজন অভিনেতা আকৌ আগতে নায়ক আছিল, মাজতে ৰত্নাকৰ হৈ গ’ল বিজেপিৰ পাল্লাত পৰি – এতিয়া পুনৰ্বাৰ নায়কত পৰিণত হৈছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি। ভৱিষ্যতে

Rate this:

Posted in সানমিহলি

কেব-বিৰোধী আন্দোলন : চৰিত্ৰ আৰু উত্তৰাধিকাৰ

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ৰ বিৰুদ্ধে তুমুল প্ৰতিবাদী আন্দোলন যোৱা ভালেছোৱা সময় ধৰি চলি আহিছে। তাৰ মাজতে বিধেয়ক সংসদত গৃহীত হৈ আইনলৈ ৰূপান্তৰিত হ’ল যদিও অসমত হৈ থকা আন্দোলনৰ কোনো হীন-দেৰি ঘটা নাই। দেশৰ সংসদে নিয়মানুযায়ী গৃহীত কৰাৰ পাছতো অসমৰ

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

আকৌ যদি যাব লাগে নব্বৈৰ দশকলৈ

এই মুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদে সৰ্বব্যাপী ৰূপ লাভ কৰিছে। সকলো স্তৰৰ ৰাইজ স্বতঃপ্ৰণোদিতভাৱে ৰাজপথলৈ ওলাই আহিছে। যি সময়ত বিধেয়কখন লোকসভাত পাছ হৈ গৈছে আৰু ৰাজ্যসভাতো পাছ হৈ আইনত পৰিণত হোৱাৰ সম্ভাৱনাই দেখা দিছে, সেই সময়তো অসমৰ ৰাজপথত

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

গান্ধীৰ প্ৰাসংগিকতা

মহাত্মা গান্ধীক যদিও ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মুখ্য নেতা তথা জাতিৰ পিতা বুলি অভিহিত কৰা হয়, তথাপি স্বাধীন ভাৰতত যি জাতি-ৰাষ্ট্ৰ প্ৰতিষ্ঠা হ’ল তাৰ ঘাই জনক জৱাহৰলাল নেহৰুহে। ছেকুলাৰ-আধুনিকতাবাদী আৰু উন্নয়নবাদী এই জাতি-ৰাষ্ট্ৰৰ নীতি-নিয়মসমূহ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত মূল মতাদৰ্শগত ভূমিকা পালন

Rate this:

Tagged with: , , , ,
Posted in প্ৰবন্ধ

সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু বাঁওপন্থীৰ কৰ্তব্য : কিছু প্ৰস্তাৱনামূলক ধাৰণা

নব্য উদাৰতাবাদৰ বিশ্বজোৰা দপদপনিৰ সাম্প্ৰতিক সময়ছোৱাত বাঁওপন্থী শক্তিসমূহ স্বাভাৱিকতেই নিশকতীয়া হৈ পৰিছে। তেওঁলোকৰ কেৱল শক্তি-সামৰ্থ্যই যে হ্ৰাস পাইছে, তেনে নহয় – জনসাধাৰণৰ মাজত নৈতিক গ্ৰহণযোগ্যতাও ক্ৰমাৎ স্খলিত হ’বলৈ ধৰিছে। এনে অৱস্থাত এই শক্তিসমূহৰ একপ্ৰকাৰ অৱধাৰিত পশ্চাদপসৰণ আৰু প্ৰান্তীয়কৰণ ঘটিবলৈ ধৰিছে।

Rate this:

Tagged with: , , , ,
Posted in প্ৰবন্ধ

ননছেন্স আৰু কমন ছেন্স

এসময়ত এখন দেশত এজন ৰজা আছিল। দেশৰ দুখীয়া-নিছলা প্ৰজাগণৰ দুখ-দুৰ্দশা দেখি দেখি ৰজা এদিন বৰ মৰ্মাহত হ’ল। বহু ভাবি-চিন্তি তেওঁ এটা সমাধানৰ পথ উলিয়ালে। তেওঁ দেশত তৎকালে প্ৰয়োগ হোৱাকৈ দাৰিদ্ৰ্যক শাস্তিযোগ্য অপৰাধ হিচাপে অভিহিত কৰি নিষিদ্ধ ঘোষণা কৰিলে। লগে লগে

Rate this:

Posted in সানমিহলি

মিঞা কবিতালৈ অভিনন্দন আৰু কিছু প্ৰশ্ন

মিঞা কবিতালৈ অভিনন্দন জনাইছো। হয়তো প্ৰথমবাৰৰ বাবে চৰ-চাপৰিবাসী মুছলমানসকলৰ জীৱন-যন্ত্ৰণাক লৈ ইমান স্পষ্ট আৰু শক্তিশালী ভাষাত কবিতাৰ এটা ধাৰা সৃষ্টি হৈছে। কিছুসংখ্যক কবিয়ে মুছলমান ৰাইজৰ কঠোৰ জীৱন সংগ্ৰাম, ইতিহাস, মূল অসমীয়া সমাজখনৰপৰা একাষৰীয়াকৰণ, নাগৰিকত্ব আৰু ধৰ্মক লৈ ভোগা দৈনন্দিন হাৰাশাস্তি

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

হৰ হৰ মোডী

অৱশেষত বিপুল সংখ্যাগৰিষ্ঠতাৰে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিল। ইয়াত আচৰিত হ’বলগাতো একো নায়েই, আচলতে এয়াই আছিল অৱধাৰিত – এয়া আছিল অৱশ্যম্ভাৱী। কিছুমানে গোঁৱাৰৰ দৰে এইবাৰ বিজেপি আহিব নোৱাৰে বুলি ভাবি আছিল। সেইসকলে এতিয়া নিশ্চয় বুজি পাইছে যে

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

এন আৰ চিক সাম্প্ৰদায়িকতাৰ অস্ত্ৰ হ’বলৈ নিদিব

এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা বিভিন্ন লোকৰ বিৰুদ্ধে অতি কম সময়ৰ ভিতৰতে যে লাখ লাখ আপত্তি দাখিল কৰা হৈছে, তাৰ আঁৰত এক ভয়ংকৰ ষড়যন্ত্ৰ থকা বুলি অনায়াসে ক’ব পাৰি। যদিও খিলঞ্জীয়া মূলসুঁতিৰ অসমীয়া কিছু লোকৰ বিৰুদ্ধেও এনে আপত্তি দাখিল

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ