(ৰুছ বিপ্লৱৰ শতবৰ্ষ উপলক্ষে বিশিষ্ট মাৰ্ক্সবাদী অৰ্থনীতিবিদ প্ৰভাত পাটনায়কে এলানি ভাষণ প্ৰদান কৰিছিল। ভাষণলানিত মুঠ চাৰিটা ভাষণ আছিল – “অক্টোবৰ বিপ্লৱ আৰু মাৰ্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, “পুঁজিবাদৰ স্বতঃস্ফূৰ্ততা” আৰু “মাৰ্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী”। এটা এটাকৈ ভাষণসমূহৰ অনুবাদ আগ বঢ়োৱা…