Blog Archives

মতাদৰ্শগত সমালোচনা কেনেকৈ কৰা যায় : হোমেন বৰগোহাঞি প্ৰসংগ

সাহিত্যিক এজনৰ সাহিত্যৰ বিশ্লেষণ কৰা হয় সাহিত্য সমালোচনাৰ জৰিয়তে। সাহিত্যিকজনৰ ৰচনাৰাজিৰ সমালোচনাৰ জৰিয়তেই তেওঁৰ সাহিত্যৰ সাহিত্যিক মূল্য, তাৰ সামাজিক চৰিত্ৰ, তাৰ আত্মজৈৱনিক দিশ, তাৰ প্ৰমূল্যগত আধাৰ আদি বিভিন্ন আয়তনসমূহ উন্মোচন কৰা হয়। কিন্তু যেতিয়া সাহিত্যিক এজনৰ সৃষ্টিয়ে সাহিত্যৰ পৰিধি অতিক্ৰম

Rate this:

Tagged with:
Posted in সানমিহলি

হোমেন বৰগোহাঞি : এটি চমু সমালোচনা

বহু সময়ত উল্লেখ কৰা হয় যে হোমেন বৰগোহাঞি ৰাজনৈতিকভাৱে সুবিধাবাদী হ’ব পাৰে, কিন্তু সাহিত্যিক হিচাপে মহান আৰু নমস্য। পিছে প্ৰকৃতাৰ্থত সাহিত্যিক হিচাপেও তেওঁৰ ৰচনাৰাজি কম সমস্যাজনক নহয়। আৰু এই কথাটো বুজি নোপোৱাটোৱেই অসমৰ সমাজ আৰু সংস্কৃতিৰ এটা ডাঙৰ সমস্যা। সাম্প্ৰতিক

Rate this:

Tagged with:
Posted in প্ৰবন্ধ