সাম্প্রতিক নৈৰাজ্যসদৃশ পৰিস্থিতিত হেমাংগ বিশ্বাসক স্মৰণ কৰাটো অতিকে তাৎপর্যপূর্ণ কথা। কিন্তু সেই স্মৰণে কেৱল বিদ্যায়তনিক স্তৰতে আবদ্ধ নাথাকি নিপীড়িতজনৰ স্বাধিকাৰ প্রতিষ্ঠাৰ সংগ্রাম তথা জাতীয় জীৱনৰ ৰক্ষণাবেক্ষণ আৰু সুষম উন্নয়নৰ প্রচেষ্টাৰ ভৱিষ্যতৰ বাটটো অলপ হ’লেও আলোকিত কৰিব পাৰিব লাগিব। বর্তমান বহুজাতিক…