Blog Archives

সাম্প্ৰতিক অসমীয়া গান : দুটামান পৰ্যবেক্ষণ

জনপ্ৰিয় সংস্কৃতি সম্পৰ্কে আমাৰ চিন্তাশীল মহলটোৱে কোনো ভাল বিশ্লেষণ দাঙি ধৰিবলৈ সক্ষম নোহোৱাৰ কাৰণ কি বাৰু? এটা প্ৰধান কাৰণ হ’ল এই যে আমাৰ চিন্তাত এতিয়াও লিখিত শব্দই প্ৰাধান্য বিস্তাৰ কৰি আছে। বিকল্প ধাৰাৰ চিনেমা, গান আদিৰ কিছু আলোচনা দেখিবলৈ পোৱা

Rate this:

Tagged with: , , , , , , , , , , , , ,
Posted in প্ৰবন্ধ

সাম্প্ৰতিক প্ৰেক্ষাপটত অসম সাহিত্য সভা

সংগঠন তথা সামাজিক প্ৰভাৱৰ দিশৰপৰা অসম সাহিত্য সভাই অসমৰ ঘাই সামাজিক-সাংস্কৃতিক অনুষ্ঠান হিচাপে বহু দশক ধৰি মূল্যৱান ভূমিকা পালন কৰি আহিছে। এই গুৰুত্বৰ বাবেই অসমৰ জাতীয় জীৱনৰ আলোচনাত সাহিত্য সভাৰ ইতিহাস তথা কৰ্মৰাজিৰ নিৰ্মোহ বিশ্লেষণ কৰাটো অপৰিহাৰ্য আৰু গুৰুত্বপূৰ্ণ। সভাৰ

Rate this:

Tagged with: , , , , ,
Posted in প্ৰবন্ধ

অখণ্ড মানৱ সংস্কৃতিৰ সাধনা

আধুনিক মানুহৰ ট্ৰেজেডি এয়ে যে এফালে বিজ্ঞানসমূহৰ আৰু আনফালে মানৱিকী বিদ্যাসমূহৰ (Humanities) বিভিন্ন বিভাগৰ আশ্চৰ্যজনক বহুপল্লৱিত বিকাশ ঘটিছে যদিও তাৰ ফলস্বৰূপে এক অখণ্ড বিশ্ববীক্ষাৰ ভেটি শক্তিশালী হোৱা নাই, বৰং সি মানৱ জ্ঞানক খণ্ডিত কৰি সহস্ৰটা পৃথক আৰু সম্পৰ্কহীন প্ৰকোষ্ঠত বিভক্ত

Rate this:

Tagged with: , , , , , ,
Posted in গ্ৰন্থ সমালোচনা

যতীন্দ্ৰনাথ দুৱৰাৰ কাব্যচেতনা

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

প্ৰসংগ : সাংস্কৃতিক বন্ধ্যাত্ব

শেহতীয়াভাৱে অসমীয়া ভাষাত প্ৰকাশিত যিসমূহ কিতাপে পাঠকৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে তাৰ পৰ্যালোচনা কৰিলে এটা কথা নিঃসন্দেহে ক’ব পাৰি যে সেইসমূহৰ বেছিখিনিয়েই মূলতঃ সাংবাদিকতাধৰ্মী আৰু চাঞ্চল্যমুখী কিতাপ। ইয়াৰে বহুখিনি হ’ল “মুখা খুলি দিয়া” কিতাপ।

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ