অলপতে ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত হোৱা মণিৰাম দেৱান সম্পৰ্কীয় এটা বেছ ছিৰিয়াছ বিতৰ্ক কিছু দূৰলৈ অনুসৰণ কৰিছিলো। বিতৰ্কটোৰ বিষয় আছিল এইধৰণৰ : স্বাধীনতা সংগ্ৰামী বুলি বন্দিত মণিৰাম দেৱান প্ৰকৃতাৰ্থত দেশপ্ৰেমিক আছিলনে,তেওঁৰ চিন্তা আৰু কাৰ্যকলাপত অন্তৰ্নিহিত হৈ থকা স্বাৰ্থচিন্তা তথা সুবিধাবাদৰ…