Blog Archives

এক বিকল্প যৌন ৰাজনীতিৰ সন্ধানত

ভাৰতীয় দণ্ড বিধিৰ ৩৭৭ নং অনুচ্ছেদটো অসাংবিধানিক, অযুক্তিকৰ আৰু উদ্ভট বুলি ঘোষণা কৰি যোৱা ৬ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়টো নিঃসন্দেহে ভাৰতৰ ৰাষ্ট্ৰ আৰু সমাজ উভয়ৰ বাবেই এটা যুগান্তকাৰী ৰায়। ঔপনিবেশিক যুগত ১৮৬২ চনৰপৰা কাৰ্যকৰী হোৱা ভাৰতীয় দণ্ড

Rate this:

Tagged with: , , , , ,
Posted in প্ৰবন্ধ

সমকামিতা আৰু তৎসংলগ্ন দুটামান প্ৰশ্ন

যৌনতা তথা যৌন আচৰণৰ বিশ্লেষণৰ প্ৰসংগত কেৱল জীৱবিজ্ঞানৰ ওপৰত অত্যধিক গুৰুত্বাৰোপ কৰাটো আমাৰ বোধেৰে পদ্ধতি হিচাপে বেছি দূৰলৈ গ্ৰহণযোগ্য নহয়। জীৱবিজ্ঞানৰ তথ্য-পৰ্যবেক্ষণৰপৰা ইয়াৰ বাবে যথেষ্ট মূল্যৱান সমল পোৱা যাব পাৰে আৰু সেয়া বাঞ্ছনীয়ও। কিন্তু তেনে ধাৰণাৰ একাধিপত্যই আমাক একপ্ৰকাৰ জীৱবিজ্ঞানবাদ

Rate this:

Tagged with: , , , , ,
Posted in প্ৰবন্ধ