Blog Archives

আজমল‌ বন্দনা

আজমল এজন মানুহ নহয়, সি এটা প্ৰতীক। আজমল নামৰ তেজ-মঙহৰ মানুহজনৰ সৈতে তাৰ সম্পৰ্ক নাই বুলিব‌ই পাৰি। কিয়নো সি কোনোধৰণে মানুহজনৰ ওপৰত নিৰ্ভৰ নকৰে বা মানুহজনে তাক ইচ্ছা মতে নিয়ন্ত্ৰণ কৰিব‌ও নোৱাৰে। কিন্তু এইখন অসমত আজমলৰ লগত তুলনা কৰিব পৰা

Rate this:

Tagged with: , , ,
Posted in সানমিহলি

গণতন্ত্র আৰু ভাৰতৰ অর্থনৈতিক ৰূপান্তৰ (মূল : পার্থ চেটার্জী, অনুবাদ : ময়ূৰ চেতিয়া)

(অনুবাদকৰ টোকা : ‘কৃষক মুক্তি সংগ্রাম সমিতি’ৰ আন্দোলনৰ বিষয়ে বহুতো আলোচনা দেখিবলৈ পোৱা যায় । কিন্তু কেনেধৰণৰ পৰিবর্তিত পৰিস্থিতিৰ পটভূমিত আন্দোলনটো গঢ় লৈ উঠিছে, এই বিষয়ে মন নকৰাৰ ফলত বেছিভাগ বিশ্লেষণেই আন্দোলনটোৰ তাৎপর্য, সম্ভাৱনীয়তা তথা প্রত্যাহ্বানসমূহ চিনাক্ত কৰাত ব্যর্থ হয়।

Rate this:

Tagged with: , , , ,
Posted in লেছেৰি বোটলা

হৰ হৰ মোডী

অৱশেষত বিপুল সংখ্যাগৰিষ্ঠতাৰে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিল। ইয়াত আচৰিত হ’বলগাতো একো নায়েই, আচলতে এয়াই আছিল অৱধাৰিত – এয়া আছিল অৱশ্যম্ভাৱী। কিছুমানে গোঁৱাৰৰ দৰে এইবাৰ বিজেপি আহিব নোৱাৰে বুলি ভাবি আছিল। সেইসকলে এতিয়া নিশ্চয় বুজি পাইছে যে

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

বিকল্প ৰাজনীতিৰ প্ৰসংগত

এতিয়া আৰএছএছ-বিজেপিৰ ৰাজনীতিৰ সমালোচনা কৰিলেই বিকল্পৰ প্ৰশ্নটো আহি পৰে। আমি লেখা-মেলা কৰোতে বহু সময়ত প্ৰশ্নৰ সন্মুখীন হওঁ, বিকল্প ৰাজনীতিৰ কথাটো স্পষ্টভাৱে আলোচনা কিয় কৰা নাই বুলি। আচলতে বিকল্প ৰাজনীতিৰ কথাহে আমি ক’ব বিচাৰো, বিকল্প ৰাজনৈতিক দলৰ কথা নহয়। সঁচা কথা

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

হিন্দু জাতীয়তাবাদ আৰু ভাৰতীয় জাতি-ৰাষ্ট্ৰ : এটি আধৰুৱা টোকা

হিন্দুত্ব বা হিন্দু জাতীয়তাবাদ হ’ল বৰ্তমান ভাৰতৰ আটাইতকৈ সংগঠিত আৰু শক্তিশালী ৰাজনৈতিক শক্তি। ই হ’ল এটা বহুলব্যাপ্ত গণ আন্দোলন। সমাজৰ ক্ষুদ্ৰ বা বিশেষ কিছু অংশৰ মাজত আবদ্ধ ই এটা সংকীৰ্ণ প্ৰতিক্ৰিয়াশীল শক্তি মাত্ৰ নহয়, নতুবা ই কোনো এলিট ষড়যন্ত্ৰ বা

Rate this:

Tagged with: , , , , , , ,
Posted in প্ৰবন্ধ

কমন ছেন্স আৰু ননছেন্স

‘বিজেপিক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান নিউজ লাইভ বা আন কোনো সহধৰ্মী চেনেলে আজিলৈকে নিশ্চয় কেতিয়াও জনোৱা নাই বা জনোৱাৰ সম্ভাৱনাও নাই। ‘কংগ্ৰেছক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান আছাম টকছ চেনেলে কেতিয়াও জনোৱা নাই আৰু নজনায়।

Rate this:

Tagged with: , , , ,
Posted in সানমিহলি

প্ৰসংগ : কৃষক মুক্তি আন্দোলন

সাম্প্রতিক সময়ত অখিল গগৈৰ নেতৃত্বত পৰিচালিত কৃষক মুক্তি আন্দোলনে অসমৰ সমাজ-ৰাজনীতিত তোলা আলোড়ন নিঃসন্দেহে অভিনৱ আৰু অভাবনীয়। সেইদৰে আন্দোলনটোক লৈ হোৱা আলোচনা-বাদানুবাদত পৰিলক্ষিত হোৱা ইতিহাসচেতনা আৰু বহল দৃষ্টিৰ অভাৱো লক্ষণীয় আৰু গভীৰ। দুই-এক ব্যতিক্রমক বাদ দিলে বাকী সকলোকে আন্দোলনটোৱে সন্মুখীন

Rate this:

Tagged with: , , , , , , , , , ,
Posted in প্ৰবন্ধ

প্ৰসংগ : হালধীয়া চৰায়ে বাওধান খায়

জাহ্নু বৰুৱাৰ বিখ্যাত চলচ্চিত্ৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ সম্পৰ্কে কিছু চিন্তা। পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Rate this:

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ