এটা কথা নিশ্চয়কৈ ন দি ক’ব পাৰি যে সদ্যপ্ৰয়াত লতা মংগেশকাৰ আছিল ভাৰতৰ সবাতোকৈ জনপ্ৰিয় কণ্ঠশিল্পী। সৰ্বাধিক জনপ্ৰিয়তাৰ কথাটোক লৈ কিছু ক্ষেত্ৰত প্ৰশ্নৰ উত্থাপন হ’ব পাৰে, কিন্তু শেষ অৰ্থত এইটোক লৈ কোনো সন্দেহ নাই যে ইমানটা দশক ধৰি ভাৰতৰ সংগীত…

ডাক্তৰ : তোমাৰ জীৱনৰ আৰু দহ মিনিট বাকী আছে। এই শেষ মুহূৰ্তত তুমি যি ইচ্ছা কৰি লোৱা। কথাটো শুনাৰ লগে লগেই ডেকাজনে ম’বাইলত ‘মন যায়’ লগাবলৈ আৰম্ভ কৰি দিলে। ডাক্তৰ : কিন্তু এই গানটোতো দহ মিনিট একচল্লিছ ছেকেণ্ডৰ? ভগৱান :…
অসমৰ সমাজ-সংস্কৃতিত ইলেক্ট্ৰনিক মেডিয়াৰ ৰাজত্ব আৰম্ভ হোৱাৰ লগে লগেই অসমীয়া সংগীত উদ্যোগৰো গুণগত ৰূপান্তৰ ঘটিল। টিভিৰ মজিয়াখনেই সংগীত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল – ইয়াৰপৰাই সংগীতৰ প্ৰচাৰ চলিল, নতুন সংগীত শিল্পী ওলাই আহিল, কিছুমান পৰীক্ষা-নিৰীক্ষাও চলিল। জনপ্ৰিয় পুৰণি শিল্পীসকলৰ বহুতেই নতুন…
জনপ্ৰিয় সংস্কৃতি সম্পৰ্কে আমাৰ চিন্তাশীল মহলটোৱে কোনো ভাল বিশ্লেষণ দাঙি ধৰিবলৈ সক্ষম নোহোৱাৰ কাৰণ কি বাৰু? এটা প্ৰধান কাৰণ হ’ল এই যে আমাৰ চিন্তাত এতিয়াও লিখিত শব্দই প্ৰাধান্য বিস্তাৰ কৰি আছে। বিকল্প ধাৰাৰ চিনেমা, গান আদিৰ কিছু আলোচনা দেখিবলৈ পোৱা…