Blog Archives

মাদানীয়ে আমাক কি শিক্ষা দিলে?

জমিয়ত উলেমা-ই-হিন্দৰ প্ৰধান আৰ্ছাদ মাদানীয়ে দিল্লীৰ মিটিঙত অসমৰ এন আৰ চি সম্পৰ্কত প্ৰেছৰ আগত কোৱা কথাখিনি অসমৰ সাম্প্ৰতিক স্পৰ্শকাতৰ পৰিস্থিতিত ক্ষতিকাৰক আৰু সেয়ে সমালোচনাৰ যোগ্য। কিন্তু কথাখিনি শুনি আমাৰ ভাব হৈছে : সেয়া এনেধৰণে উচটনিমূলক নহয় যে তেওঁক আইনগতভাৱে দোষী

Rate this:

Tagged with: , ,
Posted in সানমিহলি

মুছলমান সমাজৰ সংকট : দুটামান কথা

“সংখ্যালঘু কোনো সম্প্ৰদায়ৰ ভয়াৰ্ত মনটিৰ নুফুটা আৰ্তনাদ নিজেই প্ৰকাশ কৰি মিঠা যেন এটি নিৰাপত্তা হওঁ” – ভূপেন হাজৰিকাই প্ৰায় পাঁচটা দশকৰ পূৰ্বে এইবুলি গাইছিল। আজি গোৱা হ’লে হয়তো ৰাইজে তেওঁক পাকিস্তানলৈ পঠাবলৈ হুলস্থূল লগালেহেঁতেন। সংখ্যালঘুৰ সংকট আগতেও আছিল, আজিও আছে।

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

নাহিদ, ফটোৱা আৰু মুছলমান সমাজ : সাংস্কৃতিক ৰাজনীতিৰ দুটামান দিশ

হোজাইৰ উদালি অঞ্চলত এটা সংগীতানুষ্ঠান হোৱাৰ কথা আছিল। তাৰ বাবে প্ৰস্তুতি চলি থকাৰ অৱস্থাতে এদিন সেই অঞ্চলৰে কিছুসংখ্যক মুছলমানধৰ্মী লোকে এখন ‘বিশেষ গোহাৰি’ ৰাইজৰ মাজত বিতৰণ কৰিলে। এই লোকসকলৰ ভালেসংখ্যক হ’ল ধৰ্মীয় অনুষ্ঠান আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানৰ সৈতে জড়িত। ‘গোহাৰি’খনত লিখা

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

জাতীয়তাবাদী ইতিহাসৰ সমস্যা

অলপতে ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত হোৱা মণিৰাম দেৱান সম্পৰ্কীয় এটা বেছ ছিৰিয়াছ বিতৰ্ক কিছু দূৰলৈ অনুসৰণ কৰিছিলো। বিতৰ্কটোৰ বিষয় আছিল এইধৰণৰ : স্বাধীনতা সংগ্ৰামী বুলি বন্দিত মণিৰাম দেৱান প্ৰকৃতাৰ্থত দেশপ্ৰেমিক আছিলনে,তেওঁৰ চিন্তা আৰু কাৰ্যকলাপত অন্তৰ্নিহিত হৈ থকা স্বাৰ্থচিন্তা তথা সুবিধাবাদৰ

Rate this:

Tagged with: , , , , , , , , , , , , , , ,
Posted in প্ৰবন্ধ

মৌলবাদ, সাম্প্ৰদায়িকতাবাদ আৰু অন্যান্য প্ৰসংগ : এক বিক্ষিপ্ত পৰ্যালোচনা

১. দেখা গৈছে যে ইছলামিক মৌলবাদৰ বিৰুদ্ধে গৰজি উঠা হিন্দুত্ববাদীসকলে জাতি ৰক্ষাৰ কথা কৈছে; আনহাতে, ইছলামিক মৌলবাদ আৰু হিন্দুত্ববাদ উভয়ৰ বিৰুদ্ধে থিয় দিয়াসকলেও জাতি ৰক্ষাৰ কথাকেই কৈছে। কথা হ’ল, জাতিৰ ধাৰণাটোক প্ৰশ্নৰ ঊৰ্ধত ৰাখি মৌলবাদ তথা সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে তত্ত্বগত প্ৰত্যাহ্বান

Rate this:

Tagged with: , , , , , , , , , , , , , , , , , , , , , , , , ,
Posted in প্ৰবন্ধ