এইটো বিদ্যায়তনিকভাৱে প্ৰতিষ্ঠিত সত্য যে জয়মতী চৰিত্ৰটো তথা জীৱন-কাহিনীটো সম্পৰ্কে পৰ্যাপ্ত ঐতিহাসিক সমলৰ অভাৱ। পুৰণি বুৰঞ্জীসমূহত চৰিত্ৰটোৰ কোনো উল্লেখ পোৱা নাযায়। এই সংক্ৰান্তত জে. এম. ফ’ষ্টাৰে কাশীনাথ তামুলীফুকনৰ বুৰঞ্জীখনৰ যিটো আৰম্ভণিৰ সংস্কৰণৰ কথা উল্লেখ কৰিছে সেইটোও পাবলৈ নাই। সেইবাবে চৰিত্ৰটো…