যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ বিষয়ে আমি প্ৰায়ে এনেভাৱে নীৰৱতা অৱলম্বন কৰো যেন সিবোৰৰ অস্তিত্বই নাই। সাহিত্যই-চিনেমাই উল্লেখ থাকিলেও আৰু এইডছ-কেন্দ্ৰিক যৌনতাৰ বাগধাৰা তথা মানৱ সৰবৰাহৰ বাগধাৰাত আলোচিত হ’লেও সামাজিক-ৰাজনৈতিক চিন্তাত যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ প্ৰসংগ পাবলৈ টান। ইয়াৰ…