Blog Archives

এক বিকল্প যৌন ৰাজনীতিৰ সন্ধানত

ভাৰতীয় দণ্ড বিধিৰ ৩৭৭ নং অনুচ্ছেদটো অসাংবিধানিক, অযুক্তিকৰ আৰু উদ্ভট বুলি ঘোষণা কৰি যোৱা ৬ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়টো নিঃসন্দেহে ভাৰতৰ ৰাষ্ট্ৰ আৰু সমাজ উভয়ৰ বাবেই এটা যুগান্তকাৰী ৰায়। ঔপনিবেশিক যুগত ১৮৬২ চনৰপৰা কাৰ্যকৰী হোৱা ভাৰতীয় দণ্ড

Rate this:

Tagged with: , , , , ,
Posted in প্ৰবন্ধ

যৌন কৰ্ম আৰু যৌন কৰ্মী : কিছু প্ৰাৰম্ভিক কথা

যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ বিষয়ে আমি প্ৰায়ে এনেভাৱে নীৰৱতা অৱলম্বন কৰো যেন সিবোৰৰ অস্তিত্বই নাই। সাহিত্যই-চিনেমাই উল্লেখ থাকিলেও আৰু এইডছ-কেন্দ্ৰিক যৌনতাৰ বাগধাৰা তথা মানৱ সৰবৰাহৰ বাগধাৰাত আলোচিত হ’লেও সামাজিক-ৰাজনৈতিক চিন্তাত যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ প্ৰসংগ পাবলৈ টান। ইয়াৰ

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

শুচিবায়ুগ্ৰস্ততাৰ বিপৰীতে

কিছু দিন পূৰ্বে ৰাহুল নামৰ গায়ক এজনে ‘তোৰে হেৰিখন দেখা নাই, হেৰিখন চাবলৈ মনে যায়’ – এনেকুৱা গান এটা গাই ইউটিউবত আপল’ড কৰি দিলে৷ তাৰ পাছত গোটেইখন হুলস্থূল লাগি গ’ল৷ যেয়ে যেনেকৈ পাৰে গালি-গালাজ পাৰিলে, টিভিয়ে-চিভিয়ে প্ৰগ্ৰেম হ’ল, কোনোবাই কেছ-চেছো

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

জাতীয়তাবাদ আৰু নাৰী : এটি চমু আলোচনা

জাতীয়তাবাদ সম্পৰ্কীয় মূলসুঁতিৰ আলোচনাবোৰত নাৰী আৰু লিংগৰ প্ৰশ্নটোৰ উপস্থিতি প্ৰায় নায়েই বুলিব পাৰি। আনকি জাতীয়তাবাদ সম্পৰ্কীয় আলোচনাৰ ক্ষেত্ৰত যিকেইখন বিশ্ববিখ্যাত গ্ৰন্থক ক্লাছিকৰ মৰ্যাদা দিয়া হয় সেইসমূহৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। পঢ়িবলৈ পোৱা মতে, কিছুসংখ্যক নাৰী পণ্ডিতেহে (চিন্থিয়া এনল’, কুমাৰী জয়াৱাৰ্দেনা, নীৰা

Rate this:

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ

বৰ্ণবাদ, হিন্দু জাতীয়তাবাদ আৰু অন্যান্য কিছু কথা

কেন্দ্ৰত শাসনাসীন হিন্দু জাতীয়তাবাদী চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত ঘটা দলিত স্কলাৰ ৰোহিত ভেমুলাৰ প্ৰাতিষ্ঠানিক হত্যাকাণ্ডই প্ৰথমে দেশজুৰি আলোড়ন তোলাৰ সময়ছোৱাত অসমৰ প্ৰভাৱশালী উদাৰ জাতীয়তাবাদী তথা বাঁও-গণতান্ত্ৰিক কোনো শিবিৰতে বিশেষ আৰু আশানুৰূপ প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাছিল, কিছুসংখ্যক ব্যক্তিৰ কথা বাদ

Rate this:

Tagged with: , , , , , , , , , , ,
Posted in প্ৰবন্ধ

সমকামিতা আৰু তৎসংলগ্ন দুটামান প্ৰশ্ন

যৌনতা তথা যৌন আচৰণৰ বিশ্লেষণৰ প্ৰসংগত কেৱল জীৱবিজ্ঞানৰ ওপৰত অত্যধিক গুৰুত্বাৰোপ কৰাটো আমাৰ বোধেৰে পদ্ধতি হিচাপে বেছি দূৰলৈ গ্ৰহণযোগ্য নহয়। জীৱবিজ্ঞানৰ তথ্য-পৰ্যবেক্ষণৰপৰা ইয়াৰ বাবে যথেষ্ট মূল্যৱান সমল পোৱা যাব পাৰে আৰু সেয়া বাঞ্ছনীয়ও। কিন্তু তেনে ধাৰণাৰ একাধিপত্যই আমাক একপ্ৰকাৰ জীৱবিজ্ঞানবাদ

Rate this:

Tagged with: , , , , ,
Posted in প্ৰবন্ধ

বৰ্ণবাদ আৰু পুৰুষতন্ত্ৰ : এটি সংক্ষিপ্ত টোকা

১৯৯০ চনত পিছপৰা শ্ৰেণীসমূহৰ বাবে সংৰক্ষণৰ পোষকতা কৰা মণ্ডল আয়োগৰ পৰামৰ্শাৱলী চৰকাৰে কাৰ্যকৰী কৰিব খোজাৰ বিৰুদ্ধে বিশেষকৈ উত্তৰ ভাৰতত ব্যাপক ছাত্ৰ আন্দোলনে দেখা দিছিল। এই আন্দোলনে ৰাজপথৰ ধৰ্নাৰপৰা আত্মজাহলৈকে বিভিন্ন ৰূপ পৰিগ্ৰহ কৰিছিল। এই আন্দোলনৰ মাজতে এটা আচহুৱা দৃশ্য দেখিবলৈ

Rate this:

Tagged with: , , , , , , ,
Posted in প্ৰবন্ধ

যুক্তিবাদ সম্পৰ্কে এটা অসম্পূৰ্ণ টোকা

ঈশ্বৰৰ শ্ৰাদ্ধতেই যুক্তিবাদীৰ কৰ্তব্য শেষ নহয়৷ যুক্তিবাদৰ পৰিসৰ ইয়াতকৈ বহুগুণে গভীৰ আৰু ব্যাপক৷ কিন্তু আমাৰ বহুতাে যুক্তিবাদীৰ চিন্তা ভল্টেয়াৰীয় স্তৰতে সীমাবদ্ধ হৈ আছে৷ আলােকদীপ্তিৰ যুগৰ যুক্তিৰ সৰ্বোচ্চ কৰ্তৃত্বত বিশ্বাস, প্ৰগতিৰ ওপৰত দ্বিধাহীন আস্থা আৰু ব্যক্তিজীৱনৰ পূৰ্ণাংগ বিকাশৰ ধাৰণাক চিৰন্তন বুলি

Rate this:

Tagged with: , , , , , , , , ,
Posted in প্ৰবন্ধ