আজিৰ আলোচনাৰ শীৰ্ষক হৈছে ‘ফেছিবাদৰ ৰাজনৈতিক সংস্কৃতি’; মই সচেতনভাৱেই এই ‘ৰাজনৈতিক সংস্কৃতি’ বাক্যাংশটো ব্যৱহাৰ কৰিছোঁ যাতে বাঁওপন্থী মহলসমূহত সততে পৰিলক্ষিত ফেছিবাদ সম্পৰ্কীয় পৰম্পৰাগত চিন্তাচৰ্চাৰ পৰা কিছুদূৰৈলৈ আঁতৰি আহি আন কেতবোৰ উপেক্ষিত কিন্তু গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে আলোচনা কৰিব পৰা যায়৷ এই…