বহুতে লিখি আছে যে হোমেন বৰগোহাঞি ৰাজনৈতিকভাৱে সুবিধাবাদী হয়, কিন্তু সাহিত্যিক হিচাপে মহান আৰু নমস্য। কিন্তু মই ক’ব খোজো যে সাহিত্যিক হিচাপেও তেওঁৰ ৰচনাৰাজি কম সমস্যাজনক নহয়। আৰু এই কথাটো বুজি নোপোৱাটোৱেই আমাৰ সবাতোকৈ ডাঙৰ সমস্যা। সাম্প্ৰতিক অসমত বৰগোহাঞি নিশ্চিতভাৱে…