ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক জনপ্ৰিয় আৰু প্ৰভাৱশালী শিল্পমাধ্যম। জনপ্ৰিয়তা আৰু প্ৰভাৱশালিতাই শিল্পৰ সামাজিক দায়বদ্ধতা হ্ৰাস নকৰে, বৰঞ্চ বৃদ্ধিহে কৰে। তদুপৰি অসমৰ দৰে সামাজিক পৰিবেশত জনসাধাৰণক ব্যাপকভাৱে প্ৰভাৱিত কৰা এনে শিল্পমাধ্যমৰ দায়বদ্ধতা আৰু বৃদ্ধি পায়। কিন্তু ভ্ৰাম্যমাণে স্পষ্টকৈ সেই দায়বদ্ধতাক উলাই…