পৰম্পৰাৰ ওপৰত মানৱতাবাদী যুক্তিৰ প্ৰচণ্ড আক্ৰমণ একান্তই প্ৰয়োজনীয় আৰু বাঞ্ছনীয় – পৰম্পৰাৰ মাজত যদি ভাল বস্তু থাকে তেন্তে সি নিজেই টিকি থাকিব, নহ’লে যুক্তিৰ আক্ৰমণত সি বাগৰি পৰাই স্বাভাৱিক। তাত সমাজ-সংস্কৃতি সংকটাপন্ন হ’ব বুলি ভয় খাবলৈ কিটো আছে? যুক্তিৰ ঢোকাত…