Blog Archives

অসমীয়া ভাষা আৰু বৌদ্ধিক চৰ্চাৰ সমস্যা

এই লেখাত আমি অসমীয়া ভাষাত চলা বৌদ্ধিক চৰ্চাৰ কিছু মৌলিক সমস্যাৰ কথা আলোচনা কৰিব খুজিছো। সেই সমস্যাসমূহক অসমীয়া ভাষাৰ সমস্যা হিচাপে চিহ্নিত কৰিছো যদিও সেয়া কোনো ভাষাতাত্ত্বিক প্ৰশ্ন নহয়, সেয়া এক সামাজিক-ৰাজনৈতিক প্ৰশ্নহে। অসমৰ সমাজ-ৰাজনীতিৰ চৰিত্ৰৰপৰা উদ্ভূত সমস্যাসমূহ কিদৰে অসমীয়া

Rate this:

Tagged with: , , , ,
Posted in প্ৰবন্ধ

সাম্প্ৰতিক প্ৰেক্ষাপটত অসম সাহিত্য সভা

সংগঠন তথা সামাজিক প্ৰভাৱৰ দিশৰপৰা অসম সাহিত্য সভাই অসমৰ ঘাই সামাজিক-সাংস্কৃতিক অনুষ্ঠান হিচাপে বহু দশক ধৰি মূল্যৱান ভূমিকা পালন কৰি আহিছে। এই গুৰুত্বৰ বাবেই অসমৰ জাতীয় জীৱনৰ আলোচনাত সাহিত্য সভাৰ ইতিহাস তথা কৰ্মৰাজিৰ নিৰ্মোহ বিশ্লেষণ কৰাটো অপৰিহাৰ্য আৰু গুৰুত্বপূৰ্ণ। সভাৰ

Rate this:

Tagged with: , , , , ,
Posted in প্ৰবন্ধ

ভাষা আৰু বিশ্বাস : কিছু বিক্ষিপ্ত চিন্তা

(১) ইংৰাজী কোৱা দেশবিলাকতো ফেঁচা আছে। আমাৰ ইয়াত ফেঁচাই ‘নিউ’ (নিওঁ) বুলি মাতিলে আমি গম পাই যাওঁ – হয়, কাৰোবাক ‘নিব’, অৰ্থাৎ কাৰোবাৰ মৃত্যু হ’ব। ইংৰাজীভাষী দেশত ফেঁচাই ‘নিউ’ (new) বুলি মাতিলে মানুহে চাগে ভাবে – হয়, কিবা ‘নতুন’ ঘটনা

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ