Blog Archives

গ্ৰামশ্চিৰ প্ৰাসংগিকতা সম্পৰ্কে একাষাৰ

বৰ্তমান সময়ছোৱাক বুজি পাবৰ বাবে, বৰ্তমানৰ বিশ্ব পৰিস্থিতি হৃদয়ংগম কৰিবৰ বাবে কোন কোন চিন্তাবিদৰ কাষ চাপিব লাগিব বুলি যদি প্ৰশ্ন কৰা হয়, তেন্তে এণ্টনিঅ’ গ্ৰামশ্চিৰ নাম নিশ্চিতভাৱেই প্ৰথম শাৰীতেই আহিব। গ্ৰামশ্চি আছিল ইটালিৰ এজন কমিউনিষ্ট বিপ্লৱী আৰু দাৰ্শনিক। গ্ৰামশ্চিয়ে যি

Rate this:

Tagged with: , , , , , , , , ,
Posted in প্ৰবন্ধ

মাৰ্ক্সীয় চিন্তাত মতাদৰ্শ আৰু অন্যান্য কিছু প্ৰশ্ন

অসমৰ চহকী বাঁও-গণতান্ত্ৰিক সমাজ-চিন্তাৰ পৰম্পৰাটো শেহতীয়া বছৰসমূহত যিধৰণে নিস্তৰংগ, একঘেয়ে তথা সংকীৰ্ণ হৈ পৰিছে তাৰ তাত্ত্বিক-ৰাজনৈতিক কাৰণসমূহ বিশ্লেষণ কৰাটো অতিকে জৰুৰী হৈ পৰিছে। সমাজ-চিন্তাৰ মাজত যিটো বস্তুৰ আটাইতকৈ অভাৱ পৰিলক্ষিত হৈছে সেইটো হ’ল – সমাজবিজ্ঞান। কিন্তু অসমৰ আত্মতুষ্টিপূৰ্ণ বৌদ্ধিক পৰিসৰৰ

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

জাতীয়তাবাদ, মতাদৰ্শ আৰু বাগধাৰা : আৰু এটা প্ৰতিক্ৰিয়া

“Empty, dry, dogmatic formulas do indeed destroy the creative mood; not only that, they first destroy Marxism.” (মাও চে তুং, ড০ হীৰেন গোহাঁইৰ ‘সাহিত্য আৰু চেতনা’ৰ পাতনিৰপৰা উদ্ধৃত) (১) ‘নতুন পদাতিক’ আলোচনীৰ এপ্ৰিল, ২০১৬ সংখ্যাত আমাৰ ‘জয়মতী, জাতীয়তাবাদ আৰু অসমৰ

Rate this:

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ

জয়মতী, জাতীয়তাবাদ আৰু অসমৰ বৌদ্ধিক সংস্কৃতি : এক প্ৰতিক্ৰিয়া

ড০ হীৰেন গোহাঁই সম্পাদিত নতুন পদাতিক আলোচনীৰ ২৫ ডিচেম্বৰ, ২০১৫ সংখ্যাত আমাৰ ‘জয়মতী সম্পৰ্কে কিছু কথা’ শীৰ্ষক প্ৰবন্ধটো প্ৰকাশ পাইছে। তাৰ লগতে লেখাটো সম্পৰ্কে আলোচনীৰ সম্পাদকে লিখা এটা ‘সম্পাদকীয় টোকা’ও প্ৰকাশ কৰা হৈছে। উক্ত ‘সম্পাদকীয় টোকা’টো তলত হুবহু ৰূপত তুলি

Rate this:

Tagged with: , , , , ,
Posted in সানমিহলি

প্ৰসংগ : ভাৰতীয় ভাবাদৰ্শ

  প্ৰসিদ্ধ মাৰ্ক্সবাদী পণ্ডিত পেৰি এণ্ডাৰ্ছনৰ The Indian Ideology নামৰ এখন আমোদজনক কিতাপ প্ৰকাশ পাইছে। Three Essays Collective নামৰ প্ৰকাশনটোৱে ২০১২ চনৰ অক্টোবৰত প্ৰকাশ কৰা কিতাপখন ভাৰতবৰ্ষ সম্পৰ্কে তিনিখন দীঘল ৰচনাৰ সংকলন। পিছে ভাৰতীয় ভাবাদৰ্শনো কি? ভাৰতৰ এচাম বুদ্ধিজীৱীয়ে প্ৰচাৰ

Rate this:

Tagged with: , , , , , , , , , ,
Posted in গ্ৰন্থ সমালোচনা